অসমীয়া অভিধান
Assamese Dictionaryঅসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
Meanings, Roman transliteration and English explanations in one place. Search in Assamese, Roman script or English.
Language tools for Assamese, built in Assamese — to read, speak, type and publish it on any device.
শব্দৰ অৰ্থ বিচাৰক, কথা কৈ লিখক, যিকোনো এপত অসমীয়া টাইপ কৰক। অসমীয়াGPT হৈছে অসমীয়া ভাষাৰ বাবে এখন সম্পূৰ্ণ ডিজিটেল কৰ্মশালা।
Two tools, open in your browser today. No sign-up needed.
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
Meanings, Roman transliteration and English explanations in one place. Search in Assamese, Roman script or English.
অসমীয়াত কওক, লিখনি ওলাব। অফলাইনত কাম কৰে।
Speak Assamese, get text. Runs in your browser, works offline, and your audio never leaves your device.
সকলো এপত অসমীয়া লিখক। পুৰণি গীতাঞ্জলি ফণ্ট আৰু ইউনিক'ডৰ মাজত এটা কীৰে ৰূপান্তৰ কৰক।
Type Assamese in every app — from Word to Photoshop. Convert between Unicode and legacy Geetanjali-family fonts (ABTT, AB, RDH) instantly, right from your menu bar or system tray.
An intelligence layer for Assamese, and the desktop tools to write and publish with it.
এটা প্ৰৱেশদ্বাৰ, য'ত সমন্বয় আৰু ভাষা অভিযোজন স্তৰে যিকোনো AI মডেলক শুদ্ধ অসমীয়া বুজিবলৈ আৰু লিখিবলৈ সক্ষম কৰে।
One gateway with an orchestration layer and an Assamese language-adapter layer, so any model can understand and write proper Assamese — for our apps and yours.
অসমীয়াৰ বাবে গঢ়া এটা শব্দ-প্ৰক্ৰিয়াকৰণ এপ — বানান শুধৰণি, অভিধান আৰু শ্ৰুতলিপি ভিতৰতে।
Shobdo — a word processor made for Assamese, with spelling, the dictionary and dictation built in.
আলোচনী, কিতাপ, পোষ্টাৰ — অসমীয়া লিখনিৰ বাবে শুদ্ধ যুক্তাক্ষৰৰ সৈতে পেজ লে-আউট।
Akriti — page layout for magazines, books and posters, with Assamese conjuncts that render right.
“অসমীয়া ভাষাই প্ৰতিখন কম্পিউটাৰ আৰু ফোনত নিজৰ ঠাই পাব লাগে — শুদ্ধ বানানেৰে, সহজে।”
বিনায়কে অসমীয়াGPT গঢ়ি তুলিছে, যাতে অসমীয়া মানুহে নিজৰ ভাষাতে পঢ়িব, কব, লিখিব আৰু প্ৰকাশ কৰিব পাৰে। অভিধানৰ পৰা শ্ৰুতলিপিলৈ, আখৰৰ পৰা অসমীয়া AI-লৈ — প্ৰতিটো সামগ্ৰী একেটা লক্ষ্যৰ অংশ।
Vinayak builds অসমীয়াGPT so Assamese speakers can read, speak, write and publish in their own language on any device. From the dictionary to dictation, from Akhor to Axomiya AI, every product serves one goal: make Assamese a first-class language in software.
বিনায়ক বাৰ্লিনত থকা এজন ডেটা বিজ্ঞানী, আৰু এটা Big Four প্ৰতিষ্ঠানত AI প্ৰযুক্তি পৰামৰ্শদাতা হিচাপে কাম কৰে।
He is a data scientist based in Berlin, working as an AI technology consultant at a Big Four firm.